Pub Kamrup College -পূব কামৰূপ মহাবিদ্যালয়

Baihata, 781381
Pub Kamrup College -পূব কামৰূপ মহাবিদ্যালয় Pub Kamrup College -পূব কামৰূপ মহাবিদ্যালয় is one of the popular Community College located in ,Baihata listed under Government Organization in Baihata ,

Contact Details & Working Hours

More about Pub Kamrup College -পূব কামৰূপ মহাবিদ্যালয়

পূৱ কামৰূপ কলেজ উত্তৰ পূৰ্ৱাঞ্চলৰ এখন উল্লেখযোগ্য সু শিক্ষানুষ্ঠান। পূৱ কামৰূপ কলেজ কেৱল এটি নাম নহয়, ই হৈছে ছাত্ৰ-ছাত্ৰীৰ সু-শিক্ষা প্ৰদানৰ এক উজ্জল নক্ষত্ৰ। সু শিক্ষা প্ৰদানেৰে এখন সুস্থ সমাজ গঢ়াৰ উদ্দেশ্য আগত ৰাশি পূৱ কামৰূপ কলেজৰ জন্ম হয় ১৯৭২ চনৰ ২১ আগষ্টত।


এই খন আমাৰ কলেজ,
অতিকে আপোন...।
ইয়াতে ৰচো আমি,
অলেখ সপোন...।
সপোন বোৰ নানা ৰঙী
বাৰে বৰণীয়া...।
কলেজ খনো আমাৰ যে,
বৰ ধুনীয়া...।

pkc তুমি আমাৰ,
মনৰ আপোন...।
কিমান যে আছে আমাৰ,
ৰঙীন সপোন...।
সপোন বোৰ উৰি যায়,
দূৰ দূৰলৈ...।
pkc ও পোহৰ বিলায়
উন্নতিৰ শিখৰলৈ...।

................................................................
................................................................

Map of Pub Kamrup College -পূব কামৰূপ মহাবিদ্যালয়

OTHER PLACES NEAR PUB KAMRUP COLLEGE -পূব কামৰূপ মহাবিদ্যালয়