Assam Institute of Journalism হল Human Resource Development Society of Indiaৰ দ্বাৰা পৰিচালিত চৰকাৰী পঞ্জীয়নভুক্ত এক সাংবাদিকতা শিক্ষা প্ৰতিষ্ঠান। ১৯৯০ চনৰ পৰা কৰ্মৰত এই প্ৰতিষ্ঠানে যোৱা ২৫ বছৰত সৃষ্টি কৰা মানৱ সম্পদে আজি অসমৰ সাংবাদিকতাৰ জগতখনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।