মানাহপৰীয়া প্ৰেছ গীল্ড, উত্তৰ বৰপেটাৰোড

North Barpeta Road, Barpeta Road, 781315
মানাহপৰীয়া প্ৰেছ গীল্ড, উত্তৰ বৰপেটাৰোড মানাহপৰীয়া প্ৰেছ গীল্ড, উত্তৰ বৰপেটাৰোড is one of the popular Broadcasting & Media Production Company located in North Barpeta Road ,Barpeta Road listed under Media/news company in Barpeta Road , Broadcasting & Media Production Company in Barpeta Road ,

Contact Details & Working Hours

More about মানাহপৰীয়া প্ৰেছ গীল্ড, উত্তৰ বৰপেটাৰোড

বিশ্ব ঐতিহ্যক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানকে ধৰি বৰপেটা-বাক্সাৰ গৌৰৱ বেঁকী-মানাহপৰীয়া বাঁহবাৰীৰ ফাতেমাবাদ চাহ বাগিচা, বুৰঞ্জী প্রসিদ্ধ গড়আলি, ৰাজঢাকমালকে ধৰি বৰপেটাৰ ৰেলআলিৰ উত্তৰপাৰৰ বৃহত্তৰ অঞ্চলৰ সামগ্রিক উন্নয়নৰ হিতার্থে প্রেছ গীল্ড গঠনৰ প্রয়োজনীয়তাৰ সপক্ষে উপস্থিত বিভিন্ন জনে মত ব্যক্ত কৰে। একেখন সাধাৰণ সভাত হোৱা বিস্তৃত আলোচনা মর্মে হয়াত আলীক সভাপতি, পিংকু সান্যালক উপ-সভাপতি, সাজাহান আলী আহমেদক সম্পাদক আৰু ছৈয়দ বুলবুল জামানুৰ হকক সহকাৰী সম্পাদক হিচাপে লৈ ‘মানাহপৰীয়া প্রেছ গীল্ড’ নামেৰে সৰ্বসন্মতিক্রমে উত্তৰ বৰপেটাৰোডত সংবাদ সংস্থাটো স্থাপন কৰা হয়।

Map of মানাহপৰীয়া প্ৰেছ গীল্ড, উত্তৰ বৰপেটাৰোড

OTHER PLACES NEAR মানাহপৰীয়া প্ৰেছ গীল্ড, উত্তৰ বৰপেটাৰোড