সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা

Assam, Jorhat,
সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা is one of the popular Event located in Assam ,Jorhat listed under Event in Jorhat ,

Contact Details & Working Hours

More about সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা

সাম্প্ৰতিক সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বাটচৰা সাংস্কৃতিক গোষ্ঠী আৰু পূব যোৰহাট অঞ্চলৰ ৰাইজৰ সহযোগত অনাগত ১২ মাৰ্চৰ পৰা ১৮ মাৰ্চলৈ সদৌ অসম ভিত্তিত এখনি ভাওনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। উক্ত অনুষ্ঠান ভাগি সফল কৰি তুলিবলৈ অসমবাসী ৰাইজৰ দিহা-পৰামৰ্শ আৰু সহায়-সহযোগিতা একান্তই কামনা কৰা হ'ল। স্থান: সন্মাৰ্গ ক্ষেত্ৰ, কেন্দুগুৰি ২নং বামুণ গাঁও, যোৰহাট-১০।

Map of সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা

OTHER PLACES NEAR সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা